Explore the CTET December 2019 Assamese Paper 1 with the official answer key. Get detailed solutions, accurate answers, and expert analysis for all the questions in Assamese. Perfect resource for CTET exam preparation.
| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |

CTET December 2019 : Assamese, Paper 1
PART - IV
Language - I : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - I (Language - I) হিচাপে লৈছে, তেনেহ'লে Part - IV-ৰ (প্রশ্ন নং 91 -ৰ পৰা 120 লৈ) উত্তৰ কৰিব।
106. মাতৃভাষাকেন্দ্রিক বহুভাষিকতা মানে হৈছে
(1) কেৱল মাতৃভাষাৰ শিকন
(2) মাতৃভাষাৰ মাধ্যমেদি শিকন
(3) প্রথমতে মাতৃভাষা শিকন আৰু পৰৱৰ্তী পর্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়
(4) একাধিক ভাষা আৰু বিদেশী ভাষা মাতৃভাষা বৰূপে শিকন
107. বিদ্যালয়ত ভাষা শিক্ষনৰ নীতিক কোৱা হয়
(1) বহুভাষিক শিক্ষা
(2) শিক্ষাৰ ভাষা
(3) মাতৃভাষাকেন্দ্রিক বহুভাষিকতা
(4) ত্রিভাষা সূত্র
108. সামগ্রিক ভাবা অভিগমন (Whole language approach) হৈছে
(1) শিক্ষার্থীয়ে বর্ণ আৰু উচ্চাৰণৰ মাধ্যমেৰে শব্দ, খণ্ডবাক্য আৰু বাক্য শিকাৰ যোগেদি এটা ভাষা শিকা ধাৰণা বুলি কৰা
(2) শিক্ষার্থীয়ে ভাষাখণ্ড আৰু উচ্চাৰণ, ধ্বনি আদিৰ দৰে ক্ষুদ্র অংশ আহৰণ কৰি ভাষা শিকা ধাৰণা বুলি কৰা
(3) বর্ণমালাৰ আখৰৰ দৰে ক্ষুদ্র অংশবোৰ শিকাৰপৰা ভাষা শিকন আৰম্ভ হোৱা বুলি থকা এটা ধাৰণা
(4) সকলো ভাষা একেধৰণেৰেই শিকা হয় বুলি থকা এটা যাৰণা
109. ভাষা শিক্ষণৰ কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰে
(1) গাঁথনিক পদ্ধতি (Structural Approach)
(2) ব্যাকৰণ অনুবাদ পদ্ধতি (Grammar Translation method)
(3) যোগাযোগ মূলক পদ্ধতি (Communicative approach)
(4) সামগ্রিক কায়িক সঁহাৰি (Total Physical Response)
110. কাব্য এগৰাকী ভাষা - শিক্ষয়িত্রী। তেওঁ ছাত্র - ছাত্রীসকলক বিভিন্ন বিষয়ৰ লগত সম্পর্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰশব্দসমূহ (befriend words) (অর্থাৎ যিবোৰ শব্দ এটা শব্দৰ আগত আৰু পাছত বহে) বিচাৰি উলিয়াবলৈ দিলে। এই কৌশলটোক কি বুলি কোৱা হয়
(1) সহযোজন (Collocation)
(2) শব্দজাল (Word Web)
(3) শব্দ খেল (Word play)
(4) শব্দগঠন (Word formation)
111. এগৰাকী শিক্ষকে তেওঁৰ ছাত্র - ছাত্রীসকলৰ শিকন - ক্ষমতা পৰীক্ষা কৰিবৰ বাবে প্রশ্ন প্রস্তুত কৰিছে। তেওঁ এটা পেৰাগ্রাফৰ অন্তৰ্ভূক্ত বাক্যসমূহৰ পৰা প্ৰতি পাঁচ নম্বৰৰ শব্দটো বাদ দি গৈছে আৰু ছাত্র - ছাত্রীসকলক খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে। এই পৰীক্ষণ কৌশলটোক কি বুলি কোৱা হয়
(1) পঠন বোধ (Reading Comprehension)
(2) শব্দভাণ্ডাৰ পৰীক্ষণ (Vocabulary testing)
(3) খালী ঠাই পূৰণ কৰা (Fill in the blanks)
(4) ক্ল'জ টেষ্ট
112. কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্রক্রিয়াটোক কোৱা হয়
(1) শৰীৰৰ ভাষা (Body language)
(2) কথন কৌশল (Mechanics of Speaking)
(3) ভাষাৰ কার্যকাৰিতা (Language Function)
(4) ভাষাৰ ব্যৱহাৰ (Language in Use)
113. 'কাহিনী কথন' (story telling) ক কি ক্ষেত্রত এটা শিক্ষণ আহিলা হিচাপে প্রয়োগ কৰা হয়
(1) শিক্ষার্থীক শ্রৱণ কার্যত জড়িত কৰিবলৈ
(2) শিক্ষার্থীৰ কথন দক্ষতা বিকাশ কৰিবলৈ
(3) ভাষা আৰু বর্ণবোধ দক্ষতা (Literacy Skill) বিকাশ সাধিবলৈ
(4) শ্রেণীকোঠাত শৃংখলাবদ্ধতা বর্তাই ৰাখিবলৈ
114. প্রসংগ অনুসৰি ব্যাকৰণ (Grammar in Context) মানে হৈছে
(1) অনুশীলন (drills) আৰু অভ্যাসৰ দ্বাৰা ব্যাকৰণ শিকন
(2) প্রথমতে ৰূপ (Form) আৰু তাৰ পাছত কার্যকাৰিতা শিকন
(3) য'ত ৰূপ (Form) প্রথমতে প্রত্যক্ষ কৰা যায়, প্রথমে সেই স্বাভাবিক ভাষাৰ (Natural Language) উদাহৰণৰ পৰা শিকন আৰু তাৰ প্রসংগ অধ্যয়ন
(4) শিক্ষার্থীয়ে পর্যায়ক্রমে বিকাশ সম্পর্কে বুজিব পৰাকৈ ৰূপৰ (Form) বিন্যাসিত (Structured manner) অধ্যয়ন
115. তলৰ কোনটো শিকন দক্ষতা (Study skill) নহয়
(1) বক্তৃতাৰ পৰা টোকা (Note) লেখন
(2) পঠনৰ সময়ত টোকা প্রস্তুত কৰণ
(3) সাৰাংশ (Synopsis) লেখন
(4) কোনো অনুষ্ঠানৰ কাৰ্যসূচী (agenda) লেখন
116. পাঠ্যপুথিৰ প্রণেতাসকলে সদায় মূল লেখকে লেখা গদ্য পাঠ, কবিতা, বৃত্তান্ত আদি অন্তর্ভূক্ত কৰে। তেওঁলোকে বাতৰিকাকত, আলোচনী আদিৰ পৰাও মূল পাঠ অন্তর্ভুক্ত কৰে। কাৰণ
(1) এইসমূহ প্রামাণিক আৰু ইয়াৰ ভাষা স্বাভাবিক (Natural)
(2) পাঠ্যপুথিৰ প্রণেতাসকলে স্বতন্ত্র পাঠ (item) পচন্দ কৰে
(3) এইসমূহ অনুশীলনীৰ বাবে সুবিধাজনক
(4) এইসমূহ পঠনৰ বাবে সুবিধাজনক
117. তলৰ কার্যটিক কি বোলা হয়
শিক্ষকে নিজৰ ধৰণেৰে এটা পাঠ পঢ়ি গৈছে আৰু শিক্ষার্থীসকলে গোট বান্ধি মূল কথাবোৰ লিখি ৰাখি পাঠটো নিজৰ ধৰণেৰে লিখি উলিয়াইছে
(1) শ্রুতলিপি (Dictation)
(2) ব্যাকৰণ শ্রুতলিপি (Grammar Dictation)
(3) পুন:লেখন কার্য
(4) পাৰস্পৰিক শ্রুতলিপি (Mutual Dictation)
118. সাধাৰণতে প্রথম ভাষা বিকাশ মানে হৈছে
(1) শিকন
(2) আহৰণ
(3) বিকাশ
(4) বোধ
119. প্রথম শ্রেণীত শিক্ষকতা কৰা এগৰাকী শিক্ষকৰ ছাত্র - ছাত্রীসকলৰ মাতৃভাষা সুকীয়া সুকীয়া। তেওঁ ছাত্র - ছাত্রীসকলক নিজৰ ভাষাতে পাৰস্পৰিক সম্ভাষণ জনাবলৈ ক'লে। ছাত্র - ছাত্রীসকলে এইদৰে কৰোঁতে কৰোঁতে প্রত্যেক দিগই নতুন নতুন শব্দৰ সৈতে পৰিচয় হ'বলৈ আৰম্ভ কৰিলে। শিক্ষকগৰাকীয়ে গ্রহণ কৰা কৌশলটো আছিল
(1) এটা সমল হিচাপে বহুভাষিকতা
(2) বহুভাষিতা (Poliglotism)
(3) এটা কৌশল হিচাপে বৈবিধ্য
(4) একভাষিকতা
120. তলৰ কোনটো কৌশল শিক্ষার্থীক ভাষা শিকোৱাৰ ক্ষেত্রত আদর্শ কৌশল ৰূপে গণ্য কৰিব নোৱাৰি
(1) গীত আৰু পদ্যৰ মাধ্যম
(2) শব্দ আৰু চমু বাক্যৰ প্রয়োগ
(3) বর্ণমালাৰ আখৰসমূহৰ পৰিচয়
(4) মৌখিক আৰু শ্রবিক ভাব বিনিময়
PART - V
Language - II : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - II (Language - II) হিচাপে লৈছে, তেনেহ'লে Part - V ৰ (প্রশ্ন নং 121 ৰ পৰা 150 লৈ) উত্তৰ কৰিব।
136. ভাৰতীয় সংবিধানৰ ৩৪৩ (২) অনুচ্ছেদ অনুসৰি
(1) হিন্দী এটা ৰাজভাষা
(2) হিন্দী এটা সহযোগী ৰাজভাষা
(3) ইংৰাজী এটা ৰাজভাষা
(4) ইংৰাজী এটা সহযোগী ৰাজভাষা
137. তলৰ কোনটো কথা ধ্রুপদী ভাষা এটাৰ বাবে প্রাথমিক চর্ত নহয়
(1) ভাষাটোৰ ১৫০০ ব পৰা ২০০০ বছব পুৰণি ইতিহাস/লিখিত সাহিত্য আছে
(2) ভাষাটোত প্রাচীন সাহিত্য/মহাকাব্য ৰচিত হৈছে।
(3) ভাষাটো অনুসূচী অন্তর্ভূক্ত (Scheduled) হ'ব নালাগিব
(4) ভাষাটোৰ নিজা সাহিত্যিক পৰম্পৰা থাকিব লাগিব আৰু আন ভাষিক গোটৰ ওচৰত ধৰুৱা হ'ব নালাগিব
138. শিক্ষার্থীৰ শ্রবণ-দক্ষতা (Listening Skills) জুখিব পাৰি
(1) তেওঁলোকৰ সৈতে নিয়মীয়া অনুশীলন আৰু অভ্যাসনৰ যোগেদি
(2) কাহিনী কথন আৰু বোধ ভিত্তিক (Comprehension based) প্রশ্ন উত্থাপন কৰি
(3) নিৰৱ পঠনৰ বাবে তেওঁলোকক অতিৰিক্ত সুবিধা প্রদান কৰি
(4) শিক্ষামূলক ভ্রমণলৈ নিয়া
139. পঠনৰ প্রাথমিক অবস্থাত শিক্ষকে গুৰুত্ব প্রদান কৰিবলগীয়া দিশটো হৈছে
(1) ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা
(2) পঠনৰ সাৱলীলতা
(3) বর্ণ - উচ্চাৰণ সংযোগৰ (letter-sound correspondence) উন্নতি
(4) পঠনৰ নির্ভুলতা
140. শ্রবণ আৰু পঠন হৈছে
(1) গ্রহণাত্মক (Receptive) দক্ষতা
(2) ব্যক্তকৰণ (Expressive) দক্ষতা
(3) আকর্ষণীয় (Interesting) দক্ষতা
(4) চিন্তামূলক (Thinking) দক্ষতা
141. নতুন লিখকসকলক তেওঁলোকৰ প্রয়োজন অনুসৰি শিক্ষকে প্রদান কৰিবলগীয়া সহাৰি হৈছে
(1) তেওঁলোকৰ লেখাৰ বৈয়াকৰণিক ত্রুটি সম্পর্কত সবিশেষ (Feedback) প্রদান প্রতিক্রিয়া
(2) তেওঁলোকৰ লেখনীৰ উদ্ধৃতিসহ বিশেষ মন্তব্য প্রদান কৰি তেওঁলোকে ভাল কাম কৰা বুলি প্রশংসা কৰা
(3) ভুলবোৰত গুৰুত্ব নিদিবলৈ পৰামর্শ দিয়া
(4) শ্রেণীকোঠাত ভালকৈ নেলেখাটোক আধাৰ কৰি গ্রেড প্রদান কৰি
142. তলৰ কোনটো ভাষা আহৰণ আৰু ভাষা শিকনৰ প্রাথমিক পার্থক্য
(1) সাবলীলতা আৰু নির্ভুলতা
(2) ভাষা পৰিচয়কৰণৰ স্তৰ (Level of Exposure to language)
(3) সাবলীলতা আৰু প্রবাহিতা (Pace)
(4) প্রবাহিতা (Pace) আৰু উচ্চাৰণ
143. তলৰ কোনটো মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যবহাৰ কৰাৰ ক্ষেত্রত শুদ্ধ নহয়
(1) ই শিক্ষার্থীসকলক শিকিবলৈ, চিন্তা কৰিবলৈ আৰু যোগাযোগ ৰক্ষা কৰিবলৈ সহায় কৰে
(2) ই শিক্ষার্থীসকলৰ অর্থগ্রহণ কৰিব পৰা প্রক্রিয়াত ইতিবাচক ভূমিকা গ্রহণ কৰে
(3) মাতৃভাষাই শিক্ষণৰ বাবে এখন বহল। ক্ষেত্র মুকলি কৰে
(4) ই দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায় কৰে
144. তলৰ কোনটো প্রাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ
(1) ব্যাকৰণৰ জ্ঞান
(2) ভাষা সমৃদ্ধ পাবিপার্শ্বিকতা
(3) ভাষাৰ পাঠ্যপুথি
(4) শিশুৰ মূল্যায়ন
145. পত্রাধান (Portfolio) কিহৰ উদাহৰণ
(1) আত্ম মূল্যায়ন
(2) শিক্ষক মূল্যায়ন (Teacher assessment)
(3) আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটা
(4) ৰাজ্যিক পৰিষদ (State Board) অৰ মূল্যায়ন
146. শব্দশৃংখলে (Crossword puzzle) তলৰ কোনটোৰ বিকাশত সহায় কৰে
(1) শ্রবণ দক্ষতা
(2) লিখন দক্ষতা
(3) শব্দভাণ্ডাৰ
(4) সাহিত্যিক অর্থ (Literary Meaning)
147. কখন কার্য মূল্যায়ন কৰাৰ ক্ষেত্রত তলব কোনটোৰ প্রয়োজন নাই
(1) শব্দৰ উচ্চাৰণ
(2) প্রসংগ অনুসৰি উপযুক্ত ৰূপৰ (Form) ব্যৱহাৰ
(3) অভিধান আৰু তথ্যকোষ (Thesauses) অৰ ব্যৱহাৰ
(4) বক্তব্যৰ স্পষ্টতা
148. এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণসহ পঠনৰ শিক্ষা হৈছে
(1) প্রত্যক্ষ পদ্ধতি (Direct Method)
(2) ধ্বনিমূলক (Phonic) পদ্ধতি
(3) সামগ্রিক ভাষা (Whole language)
(4) আংশিক ভাষা (Part language)
149. পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোবা (Going beyond the textbook) মানে হৈছে
(1) পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিকন সামগ্ৰীৰ যোগান ধৰা
(2) পাঠ্যপুথিক গুৰুত্ব নিদি তাৰ বাহিৰলৈ যোবা
(3) জ্ঞান পাঠ্যপুথিকেন্দ্রিক হ'ব লাগে
(4) পাঠ্যপুথিৰ বাহিৰলৈ গৈ ছাত্র-ছাত্রীৰ ওপৰত অতিৰিক্ত বোজা আৰোপ নকৰা
150. শিক্ষকে তৃতীয় শ্রেণীৰ শিক্ষার্থীসকলক এটা খাম প্রস্তুত কৰিবলৈ দিছে আৰু শিক্ষার্থীসকলে এই নির্দেশ পালন কৰিছে। ভাষা শিক্ষণৰ শ্রেণী এটাত এই কার্যই ছাত্র-ছাত্রীসকলক সহায় কৰিব
(1) লিখন দক্ষতা বিকাশৰ ক্ষেত্রত
(2) কথন দক্ষতা বিকাশৰ ক্ষেত্রত
(3) শ্রবণ দক্ষতা বিকাশৰ ক্ষেত্রত
(4) সৃজনীশীলতা বিকাশৰ ক্ষেত্ৰত
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Study Materials | Click Here |
Assamese MCQ with Detailed Answers, Part 17
CTET 2025 Paper 1 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics | Click | |
| 3 | EVS | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||

অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class
YouTube : Assam TET Academy
CTET 2025 Paper 2 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics & Science | Click | |
| 3 | Social Studies | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Dec 2024 | Click Here |
| CTET PYQ | Click Here |
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |

Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
Study Materials
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class - 10 |
| Asaam TET-GT | Assam TET-PGT | Class - 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved