Access the CTET July 2024 Assamese Paper 1 with official answers. Explore the detailed Language 1 and 2 questions, solutions, and key concepts for effective exam preparation. Stay updated with expert insights and resources for the CTET examination.
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Study Materials | Click Here |

CTET July 2024 : Assamese, Paper - 1
PART - IV
Language - I : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - I (Language - I) হিচাপে লৈছে, তেনেহ'লে Part - IV-ৰ (প্রশ্ন নং 91 -ৰ পৰা 120 লৈ) উত্তৰ কৰিব।
106. আপুনি এগৰাকী হিন্দীভাষী শিক্ষক আৰু আপোনাক পাঞ্জাৱৰ এখন প্রাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ল। আপুনি যিহেতু সেই স্থানৰ স্থানীয় ভাষাটো নাজানে, গতিকে আপুনি
(1) সকলোকে হিন্দী শিকিবলৈ অনুপ্রেৰিত কৰিব
(2) হিন্দীভাষী প্রধান এলেকালৈ বদলি বিচাৰি তৎকালীনভাবে আবেদন কৰিব
(3) শিশুৰ মুখৰ ভাষাটোকে সমল ভাষা ৰূপে গ্রহণ কৰিব আৰু পঢ়াবলৈ আৰম্ভ কৰিব
(4) ইংৰাজীত যোগাযোগ কৰিব।
107. এটি শিশুৱে ভালকৈ আলোচনা কৰাৰ পাছতো নিজে এটা পেৰাগ্রাফ নিলিখে। কিন্তু তেওঁ ডাঙৰৰ সহায়ত বা সহপাঠীৰ তত্ত্বাৱধানত এই কামটো কৰিব পাৰে। এই ধৰণৰ তত্ত্বাৱধানক কোৱা হয়
(1) গোট শিক্ষণ
(2) সহপাঠী শিক্ষণ
(3) আধাব প্রস্তুতকৰণ (Scaffolding)
(4) সহপাঠী কাউন্সিলিং
108. ভাষা আহৰণ সম্ভৱপৰ হয় তেতিয়া, যেতিয়া
(1) শিশুৰ ভাষাৰ সৈতে সংশ্রর হয়
(2) শিশু এটা ব্যাকৰণৰ নিয়মবোৰ শিকোৱা হয়
(3) শিশু এটাক অনুবাদৰ অভ্যাস কৰিবলৈ দিয়া হয়
(4) শিশু এটাক পঢ়াৰ সুযোগ দিয়া হয়
CTET 2025 Paper 1 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics | Click | |
| 3 | EVS | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
109. তলৰ কোনটো পাঠ্যপুথিৰ ক্ষেত্ৰত শুদ্ধ মন্তব্য
(1) এখন পাঠ্যপুথি বিকল্পবিহীন
(2) এখন পাঠ্যপুথি হৈছে শিক্ষক আৰু শিক্ষার্থীৰ বাবে চূড়ান্ত সমল
(3) ই পাঠ্যসূচীত নির্ধাৰণ কৰা উদ্দেশ্যাৱলী সমাধাত সহায় কৰে
(4) ই হৈছে শিক্ষাবর্ষটোৰ শৈক্ষিক কার্যাৱলীৰ এক পৰিকল্পনা
110. পঞ্চম শ্রেণীৰ এগৰাকী শিক্ষক হিচাপে তুমি শিক্ষার্থীসকলক এটা পাঠ বিস্তৃতভাবে পঢ়িবলৈ ক'লা । তাৰ পাছত তুমি তেওঁলোকক প্রসংগ সংগতি দর্শাই প্রশ্নোত্তৰ কৰিবলৈ দিলা। এই প্রক্রিয়াৰ যোগেদি তুমি শিক্ষার্থীক ................ ৰ বাবে উৎসাহ দিলা।
(1) গভীৰ পঠন
(2) চকু ফুৰাব (Scanning)
(3) বিস্তৃত পঠন
(4) সাৰ গ্রহণ (Skimming)
111. ................ উপলব্ধি (Comprehension) হৈছে এটা দক্ষতা, যিটোত এটা পাঠ মনোযোগেৰে আৰু ঐকান্তিকতাৰে পঢ়ি এটা বিশেষ তথ্য পাঠটোৰ পৰা পৰা বাহিৰ কৰা হয়
(1) মূল্যমান নির্ণায়ক
(2) স্থানীয়
(3) গোলকীয় (Global)
(4) আনুমানিক

112. ব্যাকৰণ শিক্ষণৰ অৱৰোহি অভিগমনে (deductive approach) পোষকতা কৰে যে আমি প্রথমে -
(1) অনুশীলনৰ যোগেদি অভ্যাস কৰাব লাগে
(2) উদাহৰণ উত্থাপন কৰিব লাগে
(3) নিয়মবোৰ উত্থাপন কৰিব লাগে
(4) যথার্থ যোগাযোগ প্রতিষ্ঠা কৰিব লাগে
113. ............... হৈছে যথার্থতাক অতিক্রমি কৰা মূল্যায়ন বা অনুমান।
(1) বহির্বেশন (Extrapolation)
(2) বিশ্লেষণ
(3) ব্যাখ্যা
(4) আনুমানিকতা (inference)
114. মাতৃ ভাষাক শ্রেণীকোঠাত বাদ দিয়াটো ................. পদ্ধতিৰ এটা চৰিত্ৰ।
(1) প্রত্যক্ষ
(2) দ্বিভাষিক (Bilingual)
(3) স্বাভাবিক (Natural)
(4) শ্রব্য ভাষিক
অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class
YouTube : Assam TET Academy
CTET 2025 Paper 2 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics & Science | Click | |
| 3 | Social Studies | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
115. এগৰাকী শিক্ষক হিচাপে তুমি এটি শিশুৱে দুটামান শব্দ ভুলকৈ উচ্চাৰণ কৰাৰ পাছতো 'সামগ্রিক ভাষা ব্যবহাৰ'ৰ বাবে তেওঁক প্রশংসা কৰিলা। তুমি শ্রেণীত ........... অভিগম ব্যৱহাৰ কৰিলা।
(1) গঠনবাদী (Structural)
(2) যোগাযোগমূলত
(3) সামগ্রিক ভাষা (Whole language)
(4) সৈধাস্তিক (Constructivist)
116. এগৰাকী ভাষা শিক্ষকে নিশ্চিতভাৱে শিক্ষার্থীক মুক্ত লিখনৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াব লাগে, কাৰণ, মুক্ত লিখনৰ প্রধান লাভ হৈছে
(1) তেওঁলোকৰ প্রথম ভাষা লিখনৰ বৈশিষ্ট্যবোৰ অন্তর্ভুক্ত কৰিব পাৰে ।
(2) ই শিক্ষার্থীক সাৱলীলতাৰে আৰু সৃষ্টিশীলতাৰে লিখাৰ বাবে উৎসাহ যোগায়।
(3) শিক্ষার্থীয়ে লিখিব নে নিলিখে তাৰ স্বাধীনতা থাকে।
(4) কেতিয়াও ভাবিব নালাগে যে তেওঁলোকে বহুত বেছিকৈ লিখিব বা একেবাৰে নিখুট হ'ব।
117. ............. হৈছে এনে এক প্রকাৰৰ শিকন প্রক্রিয়া যিটোৰ বাবে অতি উচ্চস্তৰীয় মানসিক প্রক্রিয়া যেনে বুদ্ধিমত্তা বা যৌক্তিকতা আদিৰ আশ্রয় ল'ব লগা হয়।
(1) গঠন শিকন (Structure Learning)
(2) মৌখিক শিকন (Verbal Learning)
(3) ধাৰণা শিকন (Concept Learning)
(4) অংগ সঞ্চালন শিকন (Motor Skills Learning)
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Dec 2024 | Click Here |
| CTET PYQ | Click Here |
118. তলৰ কোনটো অভ্যাসে শিক্ষকক শিক্ষার্থীৰ মৌখিক ভাষা বিকাশৰ ক্ষেত্রত সহায় কৰে ?
(1) নতুন অথবা অপৰিচিত শব্দৰ শুদ্ধ উচ্চাৰণৰ অভ্যাস কৰি।
(2) শিক্ষকৰ সৈতে পাঠৰ সমস্বৰ পঠন।
(3) মুখস্থ কৰাৰ পাছত কবিতা এটাৰ সমস্বৰ পঠন
(4) চৰিত্ৰ ৰূপায়ণত অংশগ্রহণ কৰা।
119. যেতিয়া 'ভাষা এটা যাদুচ্ছিক' বুলি কোৱা হয়, তেতিয়া বুজোৱা হয় যে
(1) ভাষাই পূর্ব নির্ধারিত নীতি (pre fosed principle) মানি চলে।
(2) ভাষাৰ শব্দ আৰু অর্থৰ এক সহজাত সম্পর্ক থাকে।
(3) ভাষাৰ শব্দ আৰু অৰ্থৰ আধাৰ কিছুমান কার্যকৰী কাৰণ আৰু ই হঠাৎ হোৱা নহয়।
(4) ভাষাৰ শব্দ আৰু অর্থৰ মাজত কোনো সহজাত সম্পর্ক নাই।
120. ভাষা অধ্যয়নত নিদানমূলক পৰীক্ষা (diagnostic test) ৰ উদ্দেশ্য হৈছে।
(1) শিক্ষার্থীৰ ফলাফল টোকাত প্রাপ্ত তথ্যবোৰ লিপিবদ্ধ কৰা।
(2) সামগ্রিক মূল্যায়ন (Summative Assessment) ৰ বাবে প্রশ্ন প্রস্তুত কৰা।
(3) অভিভাৱকক PTM ৰ যোগেদি খবৰ দিয়া আৰু তেওঁলোকক মনোযোগ দিবলৈ অনুৰোধ কৰা।
(4) শিক্ষার্থীৰ বোধজনিত সীমাবদ্ধতা সম্পর্কে জ্ঞাত হোৱা আৰু নিদানমূলক পদক্ষেপ লোৱা।
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
PART - V
Language - II : Assamese
পৰীক্ষাৰ্থীসকলে যদিহে অসমীয়া বিষয়টো ভাষা - II (Language - II) হিচাপে লৈছে, তেনেহ'লে Part - V ৰ (প্রশ্ন নং 121 ৰ পৰা 150 লৈ) উত্তৰ কৰিব।
136. প্রাথমিক স্তৰৰ শিক্ষকে সাধাৰণতে শিক্ষার্থীক ছবি আঁকিবলৈ আৰু ৰং কৰিবলৈ উৎসাহ দিয়ে। কাৰণ ই সহায় কৰে
(1) শিক্ষকক শিক্ষাদানৰ পৰা সকাহ প্রদানত
(2) শ্রেণীত শিক্ষার্থীসকলক ব্যস্ত ৰাখি নীৰৱতা ৰক্ষা কৰাত
(3) উত্তম অংগ সঞ্চালন দক্ষতা বৃদ্ধিত
(4) শিকাৰৰ মনোৰঞ্জনত
137. এগৰাকী শিক্ষার্থীয়ে এটা শ্রেণী বা পাঠ্যক্রম শেষ কৰাৰ পাছত শিক্ষার্থীয়ে আহৰণ কৰিবলগীয়া জ্ঞান, দক্ষতা আৰু মানভংগী বুজাবলৈ ব্যবহৃত পৰিভাষাটো
(1) আধাৰগত বৰ্ণবোধ পৰিণতি (Foundational Literacy Outcomes)
(2) শিকন পৰিণতি
(3) শিক্ষণ পৰিণতি
(4) সাংখ্যিক পৰিণতি
138. এগৰাকী শিক্ষকে শ্রেণীকোঠাত শিক্ষার্থীসকলৰ মাজত দলীয় আলোচনা (Group discusion) কৰিবলৈ দিছে আৰু তেওঁলোকৰ উচ্চাৰণ, বানান আদিক গুৰুত্ব দিয়া নাই। তেওঁ শ্রেণীকোঠাত ....... অভিগমন ব্যৱহাৰ কৰিছে।
(1) সৈধান্তিক (Constructivist)
(2) সাৰগ্রাহী (Eclectic)
(3) পৰম্পৰাগত
(4) গঠনমূলক (Structural)
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |
139. শ্রেণীকোঠাত কালৰ বিষয়ে ধাৰণা দিবৰ বাবে একেজন মানুহৰে দুখন ছবি ব্যৱহাৰ কৰিছা, এখন ১৫ বছৰৰ আগৰ আৰু এখন এতিয়া তোলা। তুমি তেখেতৰ অতীত, বর্তমান, অৱস্থিতি অভ্যাস আদিৰ বিষয়ে কিছু কথা ক'লা। এতিয়া তুমি ব্যবহাৰ কৰিছা
(1) নিয়মভিত্তিক ব্যাকৰণ (Rule based Grammar)
(2) দীর্ঘাধিকাৰমূলক ব্যাকৰণ (Prescriptive Grammar)
(3) গঠনমূলক ব্যাকৰণ (Structural Grammar)
(4) শিক্ষণমূলক ব্যাকৰণ (Pedagogical Grammar)
140. 'প্রদূষণ'ৰ বিষয়ে পাঠদান পৰিকল্পনা এটা প্রস্তুত কৰি থাকোঁতে তোমাৰ প্রথম পদক্ষেপটো কি হ'ব
(1) লক্ষ্য নিৰ্দ্ধাৰণ কৰা
(2) পৰিচয়মূলক প্রশ্ন প্রস্তুত কৰা
(3) বিষয়টো বহুবাৰ অধ্যয়ন কৰা
(4) শিকন সামগ্রী নির্বাচন কৰা
141. যেতিয়া কোনো বিধিব্যৱস্থা অনুসৰণ নকৰি ভাষা এটা স্বাভাবিকভাবে শিকা হয়, তেতিয়া ইয়াক কোৱা হয়
(1) শিকন (Learning)
(2) আহৰণ (Acquisition)
(3) শাস্ত্রলব্ধ বিদ্যা (Erudition)
(4) গ্রহণ (Acceptance)

142. শিশুৱে তেতিয়া কার্যকৰী ৰূপত ভাষা ক'বলৈ আৰম্ভ কৰে যেতিয়া তেওঁলোকে লাভ কৰে
(1) অনুপ্রেৰণা (motivation)
(2) এখন ভাল পাঠ্যপুথি
(3) এগৰাকী দক্ষ শিক্ষক
(4) বাধানিষেধ (inhibition)
143. ভাষা দক্ষতাই শিক্ষার্থীক পার্গত কৰে
(1) অধিকৰ পৰা অধিকতৰ ইংৰাজী ব্যৱহাৰত
(2) বৈয়াকৰণিকভাবে শুদ্ধ আৰু অশুদ্ধ বাক্য চিনাক্তকৰণত
(3) বৈয়াকৰণিকভাবে শুদ্ধ নহ'লেও সাৱলীলভাবে কথা কব পৰাত
(4) কেনেকৈ আৰু ক'ত কি ভাষা ব্যৱহাৰ কৰিব লাগে তাৰ জ্ঞান লাভ কৰাত
144. এগৰাকী শিক্ষকে বাস্তৱ জীৱনৰ সৈতে জড়িত ছাতি, ৰেইনকোট, স্কু ড্রাইভাৰ আদি সামগ্রী কিছুমান শ্রেণীকোঠালৈ আনিলে আৰু সেইবোৰৰ বিষয়ে শিক্ষার্থীসকলক দুই তিনিটা বাক্যত ব্যাখ্যা আগবঢ়াবলৈ ক'লে। শ্রেণীকোঠালৈ শিক্ষকে লৈ অনা বস্তুবোৰক পাৰিভাষিকভাবে কোরা হয়
(1) ৰেলিয়া (Realia)
(2) ভাষা ইনপুট
(3) শিকন সঁজুলি
(4) আহিলা
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
145. আজি ৰাজু অত্যন্ত সুখী, কাৰণ তেওঁ বিদ্যালয়লৈ গৈছে। তেওঁ তেওঁৰ পৰিয়ালৰ প্রথম, যি বিদ্যালয়লৈ গৈছে। তেওঁৰ পিতৃ- মাতৃকে ধৰি এই পৰিয়ালৰ কোনো সদস্যই আজিলৈকে স্কুলত নাম ভর্তি কৰি পোৱা নাই। গতিকে ৰাজু হৈছে শিক্ষার্থী।
(1) সংখ্যালঘু
(2) প্ৰথম প্ৰজন্মৰ
(3) দ্বিতীয় প্রজন্মৰ
(4) প্রান্তীয় শ্রেণীৰ
146. শিক্ষার্থীয়ে যুগ্মভাবে বা গোট বান্ধি সামুহিকভারে সমস্যা সমাধান কৰিব পৰাটো ব গুৰুত্বপূর্ণ বিশেষত্ব
(1) গঠনমূলক অভিগম (Structural approach)
(2) যোগাযোগমূলক ভাষা প্রয়োগ
(3) আচৰণাত্মক অভিগম (Behaviourist approach)
(4) সামগ্রিক ভাষা অভিগম (Whole language approach)
147. এগৰাকী শিক্ষকে শিক্ষার্থীসকলক পানীৰ বিষয়ে এটা পেৰাগ্রাফ লিখিবলৈ দিলে। তেতিয়া শিসার্থীসকলে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শ্ৰেণীত এই বিষয়ে হোৱা আলোচনাবোৰৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে। তাৰ পাছত তেওঁলোকে পানীৰ বিষয়ে পেৰাগ্রাফটো লিখিবলৈ আৰম্ভ কৰিলে। এইটো কিহৰ উদাহৰণ
(1) যোগাযোগমূলক অভিগম
(2) ভাষা ব্যবহাৰ (Language in use)
(3) বিজ্ঞানৰ ভাষা (Language of Science)
(4) পাঠ্যক্রম অতিক্রমনীয় ভাষা (Language Across Curriculum)
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
148. এগৰাকী ভাষা শিক্ষক হিচাপে তুমি মন কৰিলা যে পাঠটোৰ ভাষা তোমাৰ শিক্ষার্থীসকলৰ বাবে যথেষ্ট জটিল। তুমি ভাষাটো সৰলীকৰণ কৰাৰ লগতে তোমাৰ শিক্ষার্থীসকলৰ অনুকূলে বিষয়ৰ ক্ষেত্ৰতো সমাক সালসলনি কৰি দিলা। তুমি কৰা কাৰ্য্যটোক কোৱা হয়
(1) পুনৰীক্ষণ
(2) অভিযোজন (Adaptation)
(3) গ্রহণ কৰা (Adopting)
(4) মূল্যায়ন
149. তুমি এনে এখন গাঁৱত জন্ম হ'লা য'ত সকলোৱেই হিন্দী ভাষা কয় আৰু স্কুললৈ নোযোৱাকৈয়ে তুমি হিন্দী ভাষাত কথা ক'বলৈ শিকি গ'লা। পাছত স্কুললৈ গৈ তুমি ইংৰাজী, সংস্কৃত, হিন্দী আৰু উর্দু ভাষা ক'বলৈ আৰম্ভ কৰিলা। এতিয়া তুমি সলসলিয়াকৈ ইংৰাজী ভাষাত কথা ক'ব পাৰা। এতিয়া তোমাৰ প্ৰথম ভাষা কোনটো
(1) সংস্কৃত
(2) ইংৰাজী
(3) হিন্দী
(4) উর্দু
150. তুমি পঢ়াবলৈ গৈ দেখিলা যে পাঠ্যপুথিখন ছবি আৰু পদ্যৰে আৰম্ভ হৈ বর্ণত শেষ হৈছে। ভাষা শিক্ষণৰ ক্ষেত্রত এনেধৰণৰ অনুক্রমক কি অভিগমনে সমর্থন কৰে
(1) নান্দনিক অভিগম (Aesthetic approach)
(2) উর্দ্ধমুখী অভিগম (Bottom-up approach)
(3) অধোমুখী অভিগম (Top down approach)
(4) সাৰক্সাহী অভিগম (Eclectic approach)
Study Materials
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class - 10 |
| Asaam TET-GT | Assam TET-PGT | Class - 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved