Download CTET December 2024 Assamese Language 1 & 2 Paper 1 with the official answer key. Get accurate solutions, important question analysis, and expert insights to excel in your CTET exam preparation. Perfect for aspiring teachers!
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

CTET Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Study Materials | Click Here |
CTET Dec 2024 : Assamese, Paper - 1
106. 'মাতৃভাষাভিত্তিক বহুভাষিকতা'ই তলত দিয়া কোনটোৰ পোষকতা কৰে।
107. পাঠ বোধগম্যতাৰ ক্ষেত্রত তলত দিয়া উক্তিকেইটাৰ ভিতৰত কোনটো অশুদ্ধ।
CTET 2025 Paper 1 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics | Click | |
| 3 | EVS | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||
108. শিশু এটাই যেতিয়া নিজৰ চৌপাশে থকা বিভিন্ন ব্যক্তি, বস্তু, ঘটনা আদিৰ বিষয়ে ভাষা ব্যৱহাৰ কৰি সুধিবলৈ আৰম্ভ কৰে, তেতিয়া শিশুটোৱে ভাষাৰ কোনটো কার্য বা দিশ আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰে?
109. মানুহৰ ভাষাৰ কোনটো বৈশিষ্ট্যৰ কাৰণে মানুহে তাৎক্ষণিক স্থান আৰু কালত নথকা বিষয়ৰ বিষয়েও কথা ক'ব / পাতিব পাৰে ?
অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class
YouTube : Assam TET Academy
CTET 2025 Paper 2 PDF Download
| SL | Subjects | Language Paper | Links |
| 1 | CDP | Click | |
| 2 | Mathematics & Science | Click | |
| 3 | Social Studies | Click | |
| 4 | English | Language - 1 | Click |
| Language - 2 | Click | ||
| 5 | Hindi | Language - 1 | Click |
| Language - 2 | Click | ||
| 6 | Assamese | Language - 1 | Click |
| Language - 2 | Click | ||
| 7 | Bengali | Language - 1 | Click |
| Language - 2 | Click | ||

110. তলৰ কোনটো বোধশক্তিৰে সৈতে পঢ়িব পৰাৰ দক্ষতাৰ পৰিচায়ক নহয়।
111. তলত দিয়া কোনটো দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য নহয় ?
112. এগৰাকী শিক্ষকে তেওঁৰ ছাত্র-ছাত্রীবোৰক অভিজ্ঞতা-ভিত্তিক প্রশ্নোত্তৰ লিখিবলৈ দিয়াৰ পাছত সিহঁতে সেইটো কেনেকৈ কৰিলে। সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্রশ্নোত্তৰটো লিখি থাকোঁতে সিহঁতে কি ভাবিছিল সেয়াও সুধিছে। এইটো কিহৰ উদাহৰণ।
113. তলত দিয়া Krashen-ৰ হাইপথেছিছকেইটাৰ ভিতৰত কোনটো ৱাইগটস্কীৰ ZPD - ৰ সৈতে মিলে ?
Chapter : Assamese, Paper 1
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
114. Cummin-ৰ পৰস্পৰ নিৰ্ভৰ প্রমেয় বা পৰিকল্পনা (interdependence hypothesis) তলত দিয়া কোনকেইটা ইটো-সিটোৰ ওপৰত নিৰ্ভৰশীল।
115. আখৰ আৰু বর্ণমালাৰ পৰিবৰ্তে শব্দ আৰু চুটি কাহিনীৰে পঠন দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটোৱে স্বীকাৰ নকৰে।
116. ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰপৰা তলত দিয়া উক্তিকেইটাৰ কোনটো শুদ্ধ।
117. সাতমহীয়া কেঁচুৱা এটাই স্বৰ আৰু ব্যঞ্জন দুয়োবিধ ব্যৱহাৰ কৰি কণ্ঠায়ন কৰিব পৰা হৈছে তলত দিয়া কোনটো এইদৰে ব্যৱহাৰ কবি কেঁচুৱাটোৱে ভাব প্রকাশ কৰিছে?
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
118. 'ফলপ্রসু শব্দভাণ্ডাৰ' কি ?
119. ভাষা আহৰণ কৌশল (Language Acquisition Device - LAD) ৰ ধাৰণাই তলত দিয়া কোনটো সামৰি নলয় বা ব্যাখ্যা কৰিব নোৱাৰে
120. একেটা বাক্ গোষ্ঠী (speech community) ৰ অন্তর্গত ভিন ভিন আর্থ সামাজিক পটভূমিৰ দুটা ভাষা-ভাষীৰ গোটে /s/ বা 'স' ধ্বনিটো ভিন ভিন ধৰণে উচ্চাৰণ কৰা পৰিলক্ষিত হয়। এইটো হৈছে এটা .............. পৰিবর্তনশীল কাৰক (Variable)।
136. মূল্যায়ন (assessment)-ৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিওৱা।
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
137. শিকনত ৰৈ যোৱা আঁসোৱাহ জানিবলৈ ভুল-বিশ্লেষণ প্রয়োজনীয়। কাৰণ,
138. তলত দিয়া কোনটো ষ্টিফেন ক্ৰেশ্বেনৰ মনিটৰ হাইপ'থেছিছৰ ক্ষেত্রত শুদ্ধ নহয় ?
139. তলত দিয়া কোনটো পর্যায়ভিত্তিক বা গঠনমূলক মূল্যায়ন (Formative assessment)- ৰ উদাহৰণ নহয় ?
140. এটা বিশেষ পাঠ প্রসংগ বুজি পাবলৈ ন পঢ়ুৱৈ এজনে পাঠটোৰ মূল বিষয় বা থীমটোৰ বিষয়ে থকা তেওঁৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰিছে। ই হৈছে -
Mock Tests of CTET Assamese, Paper I
Prepare for the CTET Assamese Paper 1 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 1 | Test - 1 |
| CTET Assamese, Paper 1 | Test - 2 |
| CTET Assamese, Paper 1 | Test - 3 |
| CTET Assamese, Paper 1 | Test - 4 |
| CTET Assamese, Paper 1 | Test - 5 |
| CTET Assamese, Paper 1 | More Test |
141. পাঠ বুজি পোৱাত আৰু শব্দভাণ্ডাৰ টনকিয়াল কৰাত তলৰ কোনটোৱে সহায় নকৰে।
142. শুদ্ধ উক্তিটো বাছি উলিওৱী
143. ভাষাৰ সামগ্রিক (inclusive) শ্রেণীকক্ষ এটা সৃষ্টি কৰাত তলত দিয়া কোনটোৱে সহায় নকৰে।
144. 'p', 'b', '6' আৰু '9' - এইকেইটা পঢ়োতে আৰু লিখোতে শিশুৱে প্রায়ে খেলি - মেলি কৰে। তলত দিয়া কোনটো অসুবিধা থকা শিশুৰ এই খেলি - মেলি বেছি হয় ?

145. প্রাথমিক বা মৌলিক আন্তঃব্যক্তিগত যোগাযোগমূলক দক্ষতা হৈছে 一
146. এগৰাকী শিক্ষক হিন্দীভাষী ছাত্র -ছাত্রীক দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিকাইছে। তেওঁ বিশদভাৱে নিয়মবোৰ বা সূত্রবোৰ নিশিকোৱাকৈয়ে সিহঁতক প্রসংগ অনুসৰি ইংৰাজীতে সৰু কথোপকথন কৰাৰ সুযোগ দিছে। আৰু তাৰ কাৰণে কিছুমান উদাহৰণো দাঙি ধৰিছে। লাহে লাহে শিক্ষকগৰাকীৰ সহায় লৈ ছাত্র-ছাত্রীবোৰে ভাষাটোৰ নিয়মবোৰ নিজেই বিচাৰি পাব পাইছে। শিক্ষকগৰাকীয়ে প্রয়োগ কৰা পদ্ধতিটো হ'ল
147. তলত দিয়া কোনটো যোগাযোগমূলক অভিগম বা পদ্ধতিয়ে সামৰি লোৱা এটা দিশ নহয় ?
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
148. বহুভাষিকতা আৰু বহু সংস্কৃতিক উৎসাহিত কৰিবলৈ তলত দিয়াকেইটাৰ ভিতৰত কোনটো আটাইতকৈ প্রাসংগিক হ'ব।
149. শিশু সাহিত্যত তলৰ কোনটো কাংখ্যিত নহয় ?
150. তলৰ কোনটো শিকনৰ এক মুখ্য ক্ষেত্র হিচাপে গণ্য কৰা নহয় ?
Study Materials
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class - 10 |
| Asaam TET-GT | Assam TET-PGT | Class - 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved